ৰ'দৰ পৰা কেনেকৈ ৰক্ষা কৰিব আপোনাৰ মুখমণ্ডল আৰু শৰীৰ?
Premature Wrinkles
বৰষুণৰ বতৰত আমি ৰেইনকোট বা ছাটি এটা লৈ বাহিৰলৈ ওলাওঁবৰষুণত তিতাৰ ভয়ত কিন্তু ৰ'দ বতৰত আমি অনাই বনাই ঘূৰি ফুৰো। যাৰ ফলত সূৰ্যৰ পৰা ওলোৱা অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱৰ বাবে আমাৰ ছালত Sunburn, কম বয়সতে মুখত বলিৰেখা (Wrinkles) ওলোৱা আদি সমস্য়াই দেখা দিয়ে। আনকি কিছুমান ৱৈজ্ঞানিক গৱেষণাই দাবী কৰে যে অত্য়াধিক সময় ৰ'দত থাকিলে ছালৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। গতিকে আমি ঘৰৰ বাহিৰ ওলোৱাৰ আগমূহুৰ্তত কিছুমান সতৰ্কমূলক কাম কৰি লোৱা উচিত যাৰ দ্ৱাৰা ৰ'দৰ পৰা হব পৰা এই সমস্য়াসমূহৰ পৰা দূৰত থাকি8 পাৰি । আজিৰ এই লেখাটোত আমি ৰ'দৰ পৰা ৰক্ষা পোৱাৰ উপায় কিছুমানৰ বিষয়ে আলোচনা কৰিমঃ
প্ৰতিদিনে ছানস্ক্ৰীন (Sunscreen) ব্য়ৱহাৰ কৰক :
বাহিৰলৈ ওলোৱাৰ কমেও ১৫-২০ মিনিট মান অগতেই শৰীৰৰ ৰ'দ পৰিব পৰা অংশত ছানস্ক্ৰীন ব্য়ৱহাৰ কৰিব লাগে । ছানস্ক্ৰীনে ক্ষতিকাৰক অতি বেঙুণীয়া ৰশ্মিৰ পৰা আমাৰ ছালখনক ৰক্ষা কৰে। সূৰ্যৰ পৰা ওলোৱা এই ৰক্ষতিকাৰক ৰশ্মিসমূহে ছালপোৰা (Sunburn) ৰ দৰে সমস্য়া সৃষ্টি কৰাৰ লগতে ছালৰ ক্ষতিও কৰে।
ছানস্ক্ৰীনৰ ব্য়ৱহাৰে অকাল বয়স বৃদ্ধি ৰোধ কৰি আপোনাক কম বয়সীয়া, উজ্জ্বল আৰু আকৰ্ষণীয় চেহেৰা প্ৰদান কৰাত সহায় কৰে। তীব্ৰ ৰদত থকাৰ ফলত আমাৰ বয়স বৃদ্ধিৰ লক্ষণ কিছুমান যেনে Wrinkles, Fine lines, Sunspot আদি কম বয়সতে দেখা পোৱা যায়।
মানুহে যদিও মূলতঃ সৌন্দৰ্য্য়ৰ কাৰনে ছানস্ক্ৰীন ব্য়ৱহাৰ কৰে তথাপি ছানস্ক্ৰীনৰ উপযুক্ত ব্য়ৱহাৰে ছালৰ কৰ্কট ৰোগৰ দৰে বেমাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনাও কমাব পাৰি।
আজিকালি ছানস্ক্ৰীণসমূহ ক্ৰীণ হিচাপে পোৱা যায় । কৰবালৈ ওলাই যোৱাৰ আগত কেৱল ক্ৰীমখিনি ঘঁহিলেই হৈ যায় । কৰবালৈ ওলাই যোৱাৰ আগত কেৱল ছালত ক্ৰীমখিলি ঘঁহিলেই বৈ যায় । আমি আপোনাৰ বাবে কম দামত ( Affordable price)ত আৰু ভাল অফাৰত পোৱা বজাৰত উপলব্ধ Best Sunscreen কেইটামানৰ লিংক তলত দিছো যাতে আপুনি উচিত মূল্য়ত
ব্য়ৱহাৰযোগ্য় ছানস্ক্ৰীন এটা বিচাৰি উলিয়াব পাৰে।
| Scent | Cucumber |
| Product Benefits | Lightening,Moisturizing |
| Sun Protection | 24 SPF |
| Item Weight | 60 Grams |
| Number of Items | 1 |
| Net Quantity | 4.335 millilitre |
| Skin Type | All |
| Active Ingredients | Octayl salicilate, Lemon grass & Cucumber extracts, Phenyl benzymidazole sulphonic acid Product Link: https://amzn.to/3JG0po2 |
সামগ্ৰীবিধৰ উপকাৰিতাঃ
- ইউভিএ আৰু ইউভিবি ৰশ্মিৰ পৰা ছালখন ৰক্ষা কৰে
- ৰ’দত পোৰা, ক’লা দাগ, আৰু অকালতে বৃদ্ধ হোৱাৰ দৰে লৰক্ষণ সমূহ প্ৰতিৰোধ কৰে
- ছালখন কোমল আৰু আকৰ্ষণীয় কৰি তোলে
- ছালখনক এক শীতল প্ৰভাৱ দিয়ে
| Scent | Lily |
| Product Benefits | Ultra-Violet Protection, Hydrating, Nourishing, Softening, Antioxidant |
| Sun Protection | 15 SPF |
| Item Weight | 100 Grams |
| Number of Items | 1 |
| Net Quantity | 100.0 millilitre |
| Skin Type | All |
| Active Ingredients Product: https://amzn.to/3PJEqQH | Ginger |
সামগ্ৰীবিধৰ উপকাৰিতাঃ
- ই আপোনাক ক্ষতিকাৰক UV ৰশ্মিৰ পৰা ৰক্ষা কৰে, আৰু একে সময়তে, আপোনাৰ ছালখনক পুষ্টি দিয়ে।
- ছালখনক ইউভিএ আৰু ইউভিবি ৰশ্মিৰ পৰা ৰক্ষা কৰে
| Scent | Unscented |
| Product Benefits | Wrinkle Treatment,Pore Treatment,Fine Line Treatment,Hydrating |
| Sun Protection | 50 SPF |
| Item Weight | 50 Grams |
| Skin Type | All |
| Active Ingredients | Hyaluronic acid,vitamin e |
সামগ্ৰীবিধৰ উপকাৰিতাঃ
- Broad spectrum protectio(PA++++) প্ৰদান কৰে।
- নীলা পোহৰৰ ( Blue Ray) ৰ পৰা সুৰক্ষা প্ৰদান কৰে
Product Link: https://amzn.to/3CY8H6U

