কিতাপৰ পৰা পঢ়াৰ কিছুমান অতিৰিক্ত লাভালাভ থাকে। কিতাপৰ পৰা পঢ়িলে কোনো Distraction নাথাকে, Concentrate কৰিবলৈ সুবিধা হয় । তদুপৰি কিতাপত থকা তথ্য় নাইবা বিষয়সমূহ একাদিক্ৰমে চিলেবাছ অনুযায়ী ভগোৱা থাকে । যাৰফলত পঢ়িবলৈ সুবিধা হয়। আহি থকা আৰু হৈ যোৱা পৰীক্ষা সম্পৰ্কে মনত এক স্পষ্ট ধাৰনা গঢ় লয়। পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ত সকলোৱে উত্তৰ বিলাক গম পায় কিন্তু সেই উত্তৰটোৰ বাবে পৰীক্ষাত কিদৰ প্ৰশ্ন কাটিব সেইটো নজনাৰ ফলত ছাত্ৰ-ছাত্ৰীসকল বিবুদ্ধিত পৰে। এই সমস্য়াটো সমাধান কৰাত ক্ষেত্ৰত বিভিন্ন লিখকৰ দ্বাৰা প্ৰকাশিত কিতাপে সহায় কৰে ।
কিন্তু ভালকৈ চালি-জাৰি নোচোৱাকৈ কম দামত পোৱাৰ বাবেই যিকোনো পুৰনা কিতাপ ক্ৰয় কৰাটো বা নেটত বিচৰাৰ লগে লগে উপৰত ওলোৱা কিতাপখন ক্ৰয় কৰাটো উচিত কথা নহয় ।
গতিকে আজি আপোনাক জনাম UGC NET ৰ প্ৰথম পেপাৰৰ বাবে টপাৰ আৰু বিভিন্ন শিক্ষকে পঢ়িবলৈ পৰামৰ্শ দিয়া কেইখনমান কিতাপ সম্পৰ্কে। এইকেইখন কিতাপে আপোনাক নিশ্চয়কৈ আহি থকা UGC NET ৰ প্ৰথম পেপাৰত সহায় কৰিব।
১) UGC-NET/JRF/SET Teaching and Research Aptitude (General Paper-1) by KVS Madaan
Buy Link : https://amzn.to/44Aff7G
2)Trueman's UGC NET/SET General Paper I" by M. Gagan and Sajit Kumar
Buy Link : https://amzn.to/3rnIkEL
3) UGC NET/JRF/ SLET By Dristi IAS
Buy Link : https://amzn.to/439ouug
